Daily Time Axom

কংগ্ৰেছত এতিয়াও চলি আছে দলত্যাগৰ ধুমুহা

0 27

কংগ্ৰেছত এতিয়াও অব্যাহত আছে দলত্যাগৰ ধুমুহা ।
ইজনৰ পাছত সিজন নেতাই এৰিছে দল। ধুবুৰীতো একেই দৃশ্য পৰিলক্ষিত হৈছে।
ধুবুৰী জিলা প্ৰাক্তন NSUI সভাপতি আনামূল ইয়াৰ লগতে প্ৰায় এক হাজাৰ অধিক কংগ্ৰেছ কৰ্মী এৰিলে কংগ্ৰেছ দল।

য়োৱা কালি বিলাসীপাৰা বাঙালীপাৰাত ধুবুৰী জিলাৰ প্ৰাক্তন সভাপতি আনামূল ইছলামলৰ ঘৰত এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
এই সভাত অৱস্থিত থাকে ধুবুৰী জিলাৰ প্ৰাক্তন প্ৰাৰ্থী আবু তাহেৰ বেপাৰী ধৰি প্ৰায় এক হাজাৰ অধিক কংগ্ৰেছ দলৰ কৰ্মী উপস্থিত থাকে।
আৰু এখন সাধাৰণ সভা অনুষ্ঠিত হয়।
পিছত সাংবাদিক আগতে এনেদৰে কয় যে-কাৰণ এটাই, দলটোৰ প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ মইমতালি। দলত্যাগ কৰি নেতাসকলে কয় যে, ৰকিবুল হুছেইনৰ বাবেই দলটোত এতিয়া কেৱল ধনৰ লেন-দেনেই হৈছে সাংগঠনিক স্থিতি।তেওঁ ধবুৰীত আহিছে কংগ্ৰেছ ধ্বংস কৰিবলৈ। মধ্যভোগী দালাল অবিহনে ৰকিবুল হুছেইন চলিব নোৱাৰে। ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ কৰ্মকাণ্ডত অতিষ্ঠহৈ এই সকল নেত কৰ্মীয়ে দলত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.