Daily Time Axom

নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

0 30

যোৱা নিশা স্কুটী আৰু মহিদ্ৰা মেক্সি’ৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ছাত্ৰ।

AS 04 T 5546 নম্বৰৰ স্কুটী আৰু AS04 BC 6920 নম্বৰৰ মহিন্দ্ৰা মেক্সিম’ৰ মাজত মুখামুখি সংঘৰ্ষ | থিতাতে নিহত কৌস্তভ কোঁৱৰ নামৰ এজন ছাত্ৰ। নাজিৰা গুৰুকুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ আ্ছিল কৌস্তভ। নাজিৰা জিঅ কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত ছাত্ৰজনৰ ঘৰ নাজিৰাৰ মাদুৰিত বুলি জানিব পৰা গৈছে |

Leave A Reply

Your email address will not be published.