Daily Time Axom

আজমলক তুলাধুনা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি আশ্ৰাৱ আ

0 22

এ আই ইউ ডি এফ দলৰ প্ৰধান তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ১৫ বছৰ কাৰ্য্যকালৰ উন্নয়নমূলক কাম কাজৰ প্ৰতি ক্ষোভিত হৈ বিজেপি দলৰ অসম ৰাজ্যিক সংখ্যালঘূ মৰ্চাৰ প্ৰাক্তন সভাপতি আশ্ৰাৱ আলী সাংবাদিকৰ আগত আজমলক তুলাধুনা দিয়ে।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ধুবুৰীত এইবাৰ আজমল তিনি নন্বৰত আছে, বৰ্তমান কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুচেইন এক নন্বৰত আছে যদিও বিজেপি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ মাজত তুমুল যুদ্ধ হ’ব বুলি বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.