নগাঁও উৰিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা Assam By dailytimeaxom Last updated May 2, 2024 0 27 Share ১৬ চকা ট্ৰাকে মহীটিয়ালে দুই বাইক আৰোহীক। একেটা পথেদি আহি থাকোঁতে দুখন ট্ৰাকৰ মাজেদি পাৰ হ’ব লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো । বাইক আৰোহী শ্বাহিদ দাস আৰু আমিন আলী থিতাতে নিহত হয়। Assamese NewsDaily time axomGuwahatiIndiaInternational 0 27 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail