দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাসৰ বিপুল সংখ্যক মহিলা অনুৰাগী।
প্ৰভাসৰ অভিনয়ৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনলৈকে সকলো সদায় বাস্তৱ। ছুপাৰষ্টাৰজনে বিয়াৰ প্ৰস্তুতি চলাইছেনে? এই সন্দৰ্ভত
মুম্বাইৰ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ এই মুহূৰ্তত বিবাহৰ কোনো চিন্তা নাই। কাৰণ তেওঁ এতিয়াই নিজৰ মহিলা অনুৰাগীৰ হৃদয় ভাঙিব নিবিচাৰে।