Daily Time Axom

ONGC বন্ধ কাৰ্য্যসূচী এক মাহৰ বাবে সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত

0 20

ONGCয়ে অহা জুলাই মাহৰ ৩০ তাৰিখৰ ভিতৰত নিবিদা গ্ৰহণ কৰি লটাৰিৰ যোগেৰে লঘূ যান-বাহন কৰিব প্ৰদান | শিৱসাগৰ জিলাৰ প্ৰাচীন কৃতি চিহ্ন সমূহৰ উন্নয়নৰ বাবে প্ৰতি বছৰে দিব তিনি কোটি | ONGCৰ কোনো কাৰ্যালয় বাহিৰলৈ স্থানান্তৰ কৰা নহয় | ৰেচন কাৰ্ড থকা সকলোৱে শিৱসাগৰ চুকাফা হস্পিটেলত পাব ফ্ৰি ট্ৰীটমেন্ট | অইল ফিল্ড অঞ্চলৰ সকলো সামাজিক অনুষ্ঠান, জাতীয় সংস্কৃতিৰ প্ৰতি হব দায়বদ্ধ | খালী হৈ থকাৰ পদসমূহৰ পূৰণৰ ক্ষেত্ৰত অহা এক মাহৰ ভিতৰত CMD পৰ্য্যায়ত সভা অনুষ্ঠিত কৰি ল’ব সিদ্ধান্ত | সকলো ঠিকাৰ ক্ষেত্ৰত সকলোঁ নিবনুৱাৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ উক্ত সভাত লোৱা হ’ব সিদ্ধান্ত | ONGC বন্ধ কাৰ্য্যসূচী এক মাহৰ বাবে সাময়িক ভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত শিৱসাগৰ জিলাৰ ১৫ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ |

Leave A Reply

Your email address will not be published.