Daily Time Axom

দৈনিক ৰাশিফল, ২৪ অক্টোবৰ ২০২৪

0 51

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
৭ কাতি, বৃহস্পতিবাৰ, ইং ২৪ অক্টোবৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩০/২২
সূৰ্য্যাস্ত ঘ :- ৪/৪৪/৪১
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- কৃষ্ণ সপ্তমী। প্ৰা:ঘ:- ৬/৩/৩৮ যোৱাত কৃষ্ণা অষ্টমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুনৰ্ব্বসু । দি:ঘ:- ১১/২৬/৫৪ লৈ।
শুভ সংখ্যা :- ৬/৩
শুভ ৰং :- হালধীয়া/ ৰঙা ।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- ত্ৰিপদ। প্ৰা:ঘ:- ৬/৩/৩৮ যোৱাত দ্বিপদ, ঘ:- ১১/২৬/৫৪ যোৱাত নাই।
যাত্ৰা :- বাযু কোনত নাই।প্ৰা:ঘ:- ৬/৩/৩৮যোৱাত ঈশান কোনত নাই।
যোগিনী :- বাযু কোনত ।প্ৰা:ঘ:- ৬/৩/৩৮যোৱাত ঈশান কোনত।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ। প্ৰা:ঘ:- ৬/৩/৩৮ যোৱাত নাৰিকল খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মৰ প্ৰতি আগ্ৰহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ খৱৰ লাভ কৰিব পাৰে।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভক্তি ভাৱ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে মানসিক চিন্ত বাঢ়িব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, যদিও আজি আপোনাৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, যদিও আজি আপুনি লগ বন্ধু আৰু ওচৰত চুবুৰীয়া পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাল পৰিবেশন লাভ কৰিব, কৰ্মত নতুন যোগাযোগ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ আজি ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰনি সমস্যাৰ সমাধান হ’ব, শত্ৰু নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ পৰা কৰ্মত সহাৰি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত নানান চিন্তা আহিব পাৰে, লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত বাধা অতিক্ৰম কৰি আগুৱাই যাবলৈ সক্ষম হব, শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সুখ শান্তি বাঢ়িব, বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave A Reply

Your email address will not be published.