⭕জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে শিৱসাগৰৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতা, কৰ্মীয়ে |
⭕এই কাৰ্য্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈ উপস্থিত থাকে |
⭕সংগঠনটোৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় জনজাতী পৰিক্ৰমা মন্ত্ৰী যুৱেল উৰামৰ পুত্তলিকা দাহ কৰে |
⭕ইয়াৰ উপৰিও সংগঠনটোৱে শাসনাধিষ্ঠিত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনক বহু কটু ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে |