নলবাৰী জিলাৰ পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত বৰক্ষেত্ৰী পকোৱা এম ই স্কুল আৰু জনকল্যাণ জাতীয় বিদ্যালয়ত চলি আছে সহযোগিতামূলক চা -চিনাকি পৰ্ব আৰু দৈহিক উৎকৰ্ষ সাধন কৰিবপৰা খেল ধেমালিৰ। উল্লেখ্য যে বিদ্যালয় শিক্ষা বিভাগৰ পৰা অহা নিৰ্দেশনা অনুসৰি বিভিন্ন বিদ্যালয়ত চলি আছে Twinning of Schools Participating Schools ৰ বিশেষ শাৰীৰিক উৎকৰ্ষ সাধন কৰিবলগীয়া খেল ধেমালিৰ লগতে চা- চিনাকি পৰ্বৰ। এই চা- চিনাকি পৰ্বক লৈ উখল- মাখল পৰিৱেশ বিৰাজ কৰিছে।
Next Post