Daily Time Axom

নলবাৰী জিলাৰ বামুণবড়ীস্থিত শ্বহীদ সোঁৱৰণী মহাবিদ্যালয় কৰ্তপক্ষৰ সংবাদমেল

0 48


শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক চাহজাহান আলীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন সন্দৰ্ভত স্পষ্টীকৰণ মহাবিদ্যালয় কৰ্তৃপক্ষৰ।

ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুৰ ৰহমান, পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ফুকন আলী, মুখ্য উপদেষ্টা অকন চন্দ্ৰ চৌধুৰী, সহকাৰী অধ্যাপক তথা মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী গোটৰ সভাপতি নামাজ আলী, শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক চৈয়দ জাৱেদুৰ ৰহমান, অসমীয়া বিভাগৰ সহ অধ্যাপিকা কবিতা বৈশ্য , তৃতীয় বৰ্গৰ কৰ্মচাৰী খলিবৰ ৰহমান প্ৰমুখ্যে সমূহ কৰ্মচাৰীৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ স্পষ্টীকৰণ । জেহেৰুল ইছলাম নামৰ ইংৰাজী বিভাগৰ সহাকাৰী অধ্যাপকে আনিছিল বিত্তীয় অনিয়মৰ অভিযোগ! অভিযোগ অস্বীকাৰ কৰিলে অপ্ৰাদেশীকৃত মহাবিদ্যালয়খনৰ সৰহভাগ কৰ্মচাৰীৰ!

Leave A Reply

Your email address will not be published.