আজি সোমবাৰে পুৱা ১০.২০ বজাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত দলটোৰ উপ সভাপতি জয়ন্ত কুমাৰ দাসে “অসমীয়া বিজেপি বাৰ্তা”ৰ ৫৯ তম সংখ্যাটো উন্মোচন কৰে । দলীয় কৰ্ম -কৰ্তাৰ লগতে উপস্থিত থাকে সাংসদ কুইন ওজাকে ধৰি বি জে পি বাৰ্তাৰ সম্পাদক দেৱদত্ত বৰকটকী আদি ৷ Assam By admin On Nov 1, 2021 0 14 Share 0 14 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail