Daily Time Axom

অসম ৰাইফলছৰে সংঘৰ্ষত ৩ জন এন এছ চি এন নিহত

0 12

সোমবাৰে অৰুণাচল প্ৰদেশৰ লংডিং অঞ্চলত অসম ৰাইফলৰ সৈতে হোৱা সংঘৰ্ষত নাগালেণ্ডৰ খাপলাং গোটৰ এনএছচিএন-কে)ৰ ৩জন উগ্ৰপন্থী নিহত হয়। খবৰ অনুসৰি, এই উগ্ৰপন্থীকেইজন অপহৰণৰ উদ্দেশ্যৰে তালৈ আহিছিল।

গোপন সূত্ৰৰ জৰিয়তে অসম ৰাইফলছে এই অভিযান চলাইছিল যাৰ ফলত তিনিজন উগ্ৰপন্থী নিহত হৈছিল। অৱশ্যে, বাকী সন্ত্ৰাসবাদীসকলক ধৰিবলৈ এতিয়াও সেনাই অভিযান চলাই আছে।

Leave A Reply

Your email address will not be published.