Daily Time Axom

গোৱালপাৰাত চিকিৎসালযত অগ্নিকাণ্ড ৷ বিপদৰ পৰা ৰক্ষা পৰিল প্ৰায় ১৪টি শিশু

0 9

শুকুৰবাৰে পুৱা গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। চিকিৎসালয়খনৰ চাইল্ড কেয়াৰ ইউনিটত হঠাৎ জুই লাগে।
চিকিৎসালয়ত জুই লগাৰ পিছত প্ৰায় ১৪ টা কেঁচুৱাক উদ্ধাৰ কৰা হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ আৰু জুই নুমুৱায়।
অৱশ্যে, জুই লগাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই কিন্তু শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটে বুলি সন্দেহ কৰা হৈছে।

Leave A Reply

Your email address will not be published.