Daily Time Axom

টি-২০ত ৰোহিত শৰ্মাৰ অভিলেখ

0 9

ভাৰত-নিউজিলেণ্ডৰ মাজৰ দেওবাৰে কলকাতাত অনুষ্ঠিত হৈ যোৱা তৃতীয়খন টি-২০ মেচত ৰোহিত শৰ্মাই এক অভিলেখ গঢ়ে। অধিনায়কগৰাকীয়ে ৩১ টা বলত তিনিটা ছয় আৰু ৫ টা চাৰিৰে ৫৬ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলে।
তাৰ লগে লগে তেওঁ আন্তঃৰাষ্ট্ৰীয় টি-২০ ত সৰ্বাধিক অৰ্ধশতক কৰা বেটছমেনত পৰিণত হয়।

বিৰাট কোহলীৰ অভিলেখ ভংগ কৰা ৰোহিতে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত ৩০ বাৰ পঞ্চাশ বা তাতকৈ অধিক ৰানৰ ইনিংছ খেলিছে।

Leave A Reply

Your email address will not be published.