Daily Time Axom

১০ ডিচেম্বৰৰ ভিতৰত কামৰূপ মেট্ৰ’ত ১০০ শতাংশ ভেকচিনেশ্যন

0 7

ক’ভিড সংক্ৰমণক লৈ বিশ্বত আতংক বিয়পি পৰাৰ সময়তে সজাগতা বৃদ্ধিৰ বাবে তৎপৰ হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ এতিয়াও গুৱাহাটী মহানগৰ অঞ্চলত নিয়নত্ৰিত হোৱা নাই ক’ভিড ৷ ক’ভিড প্ৰসংগত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰে ৷ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে উপায়ুক্ত জনে ৷ উপায়ুক্তজনে জনোৱা মতে-

*মহানগৰীত কোভিডৰ ১০০ শতাংশ ভেকচিনেশ্যনৰ লক্ষ্য
জিলা প্ৰশাসনৰ ৷
*১০ ডিচেম্বৰৰ ভিতৰত কামৰূপ(ম)ত ১০০ শতাংশ ভেকচিনেশ্যন
*এইপৰ্যন্ত ২২ লাখ ৮৩ হাজাৰ ৪৪৫টা ভেকচিন প্ৰদান
*১২লাখ ৭৩ হাজাৰ ৯৩ জনক প্ৰথম পালি ভেকচিন দিয়া হৈছে ৷
*১০লাখ ১০ হাজাৰ ৩৫২জনক দিয়া হৈছে দ্বিতীয় পালি
*৫টা জ’নত বিভক্ত কৰি ভেকচিন প্ৰদান কৰা হৈছে মহানগৰখনত ৷

Leave A Reply

Your email address will not be published.