Daily Time Axom

ভাৰতৰ হাতৰ পৰা পিছলিল বিজয়, ড্ৰ হ’ল টেষ্ট খেল

0 14

ভাৰতে কানপুৰত নিউজিলেণ্ডৰ মাজত প্ৰথমখন টেষ্ট খেল
ড্ৰ কৰিলে। ভাৰতে পঞ্চম দিনা নিউজিলেণ্ডৰ অন্তিম উইকেট ল’বলৈ ব্যৰ্থ হোৱাত আৰু অৱশেষত খেলখন ড্ৰ হ’ল। ভাৰতে নিউজিলেণ্ডক জয়ৰ বাবে ২৮৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডে ৯ উইকেটত ১৬৫ ৰাণ সংগ্ৰহ কৰে।

নিউজিলেণ্ডে পঞ্চম দিনাৰ আগৰ খেলত এটাও উইকেট হেৰুওৱা নাছিল। ভাৰতীয় স্পিনাৰসকলে দ্বিতীয় শৃংখলাত নিউজিলেণ্ডৰ কেইবাটাও উইকেট লৈছিল কিন্তু শেষৰ উইকেট এজাজ পেটেল আৰু ৰচীন ৰবীন্দ্ৰে খেলখন ধৰি ৰাখিছিল। যাৰ বাবে খেলখন ড্ৰ ঘোষণা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.