Daily Time Axom

ছানী লিয়নীলৈ বেষ্ট ষ্টাইলিছ এৱাৰ্ড ২০২১

0 13

ছানী লিয়নীয়ে ২০২১ চনৰ আটাইতকৈ ষ্টাইলিছ ফেশ্বনিষ্ট বঁটা লাভ কৰিছে। তেওঁ অলপতে শ্ৰেষ্ঠ ফেশ্বনিষ্ট বঁটাও লাভ কৰিছে। লোকমতৰ দ্বাৰা আয়োজিত অনুষ্ঠানটোত তেওঁ শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল। চাৰা আলী খান, জাহ্নবী কাপুৰৰ দৰে অভিনেত্ৰীসকলকো চেৰাই থৈ গ’ল ছানীয়ে।

ছানীক শনিবাৰে দিনটোত বগা অফ-কান্ধৰ পোছাকত দেখা গ’ল। তেওঁ এই ফটোখন তেওঁৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। ছানীক মাজে মাজে তাইৰ ইনষ্টাগ্ৰামত বিভিন্ন বিষয় পোষ্ট কৰা দেখা যায়। নায়িকাগৰাকীয়ে তাতেই এই খবৰটো দিছিল। তেওঁৰ ছবিখনৰ প্ৰশংসা লাভ কৰিছিল। ছানিয়ে পোষ্টটোত তাইৰ পুৰস্কাৰৰ এখন ফটোও শ্বেয়াৰ কৰিছে। তেওঁ লোকমতক ধন্যবাদো জনাইছে। তেওঁ এতিয়া এগৰাকী জনপ্ৰিয় বলীউড অভিনেত্ৰী। পৰ্ণ ষ্টাৰৰ কেৰিযাৰ বাদ দি বৰ্তমান ভাৰতত বাস কৰি আছে ছানীয়ে। অৱশ্যে, বলীউডত কেৰিয়াৰ আৰম্ভ কৰিবলৈ তেওঁ যথেষ্ট কষ্ট কৰিব লগা হৈছিল। কিন্তু সেই সকলোবোৰ এতিয়া অতীত। ছানি এতিয়া এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী ।

Leave A Reply

Your email address will not be published.