“…আৰু অলপমান লাগিব নেকি ?” দলীয় কৰ্মীক ভাত বিলাই থকা অৱস্থাত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ ৷ গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা সভাগৃহ প্ৰাংগনত ৰাইজৰ দলৰ এখন সভাৰ শেষত দলীয় কৰ্মীক আহাৰ বিলাই থকা অৱস্থাত বিধায়কজন ৷ Assam By admin On Dec 8, 2021 0 8 Share 0 8 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail