ৰকিবুল হুছেইন Covid-19 Positive
প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন Covid-19 Positive
চ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিলে ৰকিবুল হুছেইনে।
কৰোনাত প্ৰাক্তন মন্ত্ৰী গৰাকীৰ পত্নীও আক্ৰান্ত ।
তেওঁৰ সংস্পৰ্শলৈ অহা লোকক স্বাস্থ্য় পৰীক্ষা কৰাৰ বাবে অনুৰোধ