Daily Time Axom

ৰাফেলৰ পাছত এইবাৰ ৰোমিঅ।

0 15

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা ক্ৰমাৎ শক্তিশালী কৰি তোলা ভাৰতে অতি সোনকালে লাভ কৰিব আমেৰিকাৰ পৰা ২৪ খন ৰোমিঅ হেলিকপ্টাৰ।। উল্লেখযোগ্য যে চীনৰ বৰ্ধিত নৌ শক্তিৰ মোকাবিলা কৰিবলৈ ভাৰতৰ এই অভিলাষী পদক্ষেপ।। অহা বছৰৰ আৰম্ভণিতেই এই ৰোমিঅ য়ে যোগদিয়াৰ প্ৰবল সম্ভাৱনা ভাৰতীয় নৌ সেনাত।। প্ৰাপ্ত তথ্যমতে বিশ্বৰ নৌ সেনাত সকলোতকৈ শক্তিশালী আৰু কাৰ্য্যক্ষম এই হেলিকপ্টাৰ।। বিশ্বত চাবমেৰিন হাণ্টাৰ হিচাপে জনাজাত এই ৰোমিঅ হেলিকপ্টাৰ। এতিয়াৰে পৰা এই ৰোমিঅই ভাৰতবৰ্ষৰ উপকুলীয় অঞ্চলত শত্ৰুপক্ষ চাবমেৰিনৰ ওপৰত চোনাৰেৰে চোকা দৃষ্টি ৰাখি তৰ্পেদূৰৰ দ্বাৰা ধ্বংস কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.