অভিনেত্ৰী আৰু তেওঁৰ স্বামীৰ চুম্বনে কপাঁলে মুম্বাইৰ বিমানবন্দৰ
অভিনেত্ৰী শেফালী জৰিৱালা আৰু তেওঁৰ স্বামী পৰাগ ত্যাগীৰ আচৰণে মুম্বাই বিমানবন্দৰত সৃষ্টি কৰিলে আলোড়নৰ । কিছুদিন পুৰ্বে অভিনেত্ৰী শেফালী জৰিৱালাক মুম্বাই বিমানবন্দৰত বিদায় জনাবলৈ আহিছিল তেওঁৰ স্বামী পৰাগ ত্যাগীয়ে । বিৰহ বেদনাত কাতৰ দম্পত্তি হালে স্থান কাল পাহৰি আৰম্ভ কৰিলে চুম্বন ক্ৰিয়া । কেমেৰাৰ সন্মুখতে নিৰ্লজ্জভাৱে ইজনে সিজনক কৰি গ’ল চুম্বন । দম্পত্তি হালৰ এনে আচৰণত অতিষ্ঠ হ’ল বিমানবন্দৰত উপস্থিত থকা অন্য যাত্ৰী সকল । দম্পত্তি হালক গালি , ভৰ্তসনাৰে উপচাই দিলে যাত্ৰী সকলে । দম্পত্তি হালৰ এই দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।