উৰ্ফি জাভেদে ছ’চিয়েল মিডিয়াত কি ক’লে যাৰ বাবে হৈ চৈ লাগিছে
অভিনেত্ৰী উৰ্ফি জাভেদ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয়। তেওঁ অলপতে নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ দুখ প্ৰকাশ কৰিছে ।
উৰ্ফি জাভেদে শেহতীয়াকৈ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। অভিনেত্ৰীগৰাকীক এই ভিডিঅ’টোত তাইৰ অৱস্থাৰ কথা কৈছে । ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীক এটা সংলাপ মিমিক্ৰি কৰা দেখা গৈছে। তেওঁ কৈছে, ‘মই কাইলৈৰ বিষয়ে চিন্তা নকৰোঁ, মোৰ ওচৰত সিমান চেভিং আছে, মই ভাবিছোঁ, কাইলৈৰ পিছদিনাৰ বাবে মই কেনেকৈ ময়দা কিনিম ঘৰলৈ।’ উল্লেখ্য যে, ফেশ্বন কুইন হোৱাৰ লগতে উৰ্ফি হাস্যৰসৰ ক্ষেত্ৰতো প্ৰতিভাশালী।