Daily Time Axom

গোলাঘাটত ৫ জন উগ্ৰপন্থী গ্ৰেপ্তাৰ

0 11

বছৰৰ শেষত গোলাঘাট আৰক্ষীৰ এক সফলতা ৷ উগ্ৰপন্থী সংগঠন ’আনলা’ৰ ৫ সদস্য গোলাঘাটত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । পিষ্টলসহ আৰক্ষীয়ে জব্দ কৰিছে ৬টাকৈ মোবাইল ফোন। তিনিওজনক তেজপুৰৰ কোষেশ্বৰ মানকী, খুমটাইৰ চিৰন নাল আৰু গজেন্দ্ৰ কে চাহা বুলি জানিব পৰা গৈছে । আনলাই মাৰাণাস্ত্ৰ কিনি গজেন্দ্ৰ চাহা নামৰ লোকজনৰ ঘৰত লুকুৱাই থৈছিল। গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে গোটেইকেইজন সদস্যক আটক কৰিবলৈ সক্ষম হৈছে ।

Leave A Reply

Your email address will not be published.