Daily Time Axom

গুৱাহাটীত দ্ৰুত গতিত বাঢ়িছে ক’ভিড সংক্ৰমণ, বৃহস্পতিবাৰে মহানগৰীত ৩৯০ জন পজিটিভ চিনাক্ত

0 11

দেশৰ অন্য প্ৰান্তৰৰ সমান্তৰালভাৱে অসমতো বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা ৷ বিশেষকৈ বিপদজনক দিশে আগবাঢ়িছে গুৱাহাটী মহানগৰ ৷ সমগ্ৰ অসমত ৮৪৪জন ক’ভিড পজিটিভ ধৰা পৰিছে ৷ ৮৪৪জন পজিটিভ ব্যক্তিৰ ৩৯০ জনেই গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ৷ দিনটোত ৰাজ্যখনত ৩৫৫৬২জনৰ ক’ভিড পৰীক্ষা কৰা হৈছিল ।

বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত ২ জন লোকৰ মৃত্যু ঘটিছে ক’ভিডত ৷

Today’s Total 844

Overall Positivity Percentage (844 cases out of 35,562 test done = 2.37%)

Kamrup(M) 369

Death 2

Recovery Rate 98.36%

Leave A Reply

Your email address will not be published.