Daily Time Axom

দেশভক্তলৈ ওপজা দিনৰ প্ৰণাম

0 12

ভাৰতৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত সৈনিক দেশভক্ত তৰুণৰাম ফুকনৰ আজি১৪৪তম জন্মদিন। তেওঁৰ আদৰ্শৰে প্ৰতিটো উত্তৰ প্ৰজন্ম অনুপ্ৰাণিত হৈ আহিছে। অসমৰ সামাজিক, ৰাজনৈতিক আৰু সাহিত্য-সংস্কৃতিৰ আকাশৰ উজ্জ্বল নক্ষত্ৰ ফুকনৰ আছে আধুনিক অসমীয়া সমাজ গঠনত উল্লেখযোগ্য বৰঙণি । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট আইনজ্ঞ যোদ্ধাগৰাকীক জন্মবাৰ্ষিকী উপলক্ষে DAILY TIME AXOMৰ তৰফৰ পৰা জনালো প্ৰণিপাত ।

Leave A Reply

Your email address will not be published.