Daily Time Axom

গুৱাহাটীত ৭৬৮ জন ক’ভিডত আক্ৰান্ত, সমগ্ৰ অসমত ২০ জনৰ মৃত্যু

0 8

অসমত ক’ভিড আক্ৰান্তৰ সংখ্যা বিশেষ হ্ৰাস পোৱা নাই ৷ বৃহস্পতিবাৰে সমগ্ৰ অসমত ৩৬৭৭ জন ক’ভিডত আক্ৰান্ত হৈছে ৷ ৰাজ্যত মুঠ ক’ভিড পৰীক্ষা কৰা হৈছিল ৪৪৩৮৯জন ৷

আটাইতকৈ মন কৰিবলগীয়া কথা যে অসমত ক’ভিডত মৃত্যুৰ সংখ্যা হ্ৰাস নোপোৱাটো । দিনটোত ২০০ জন লোক ক’ভিভত আক্ৰান্ত হৈ ৰাজ্যখনত মৃত্যুমুখত পৰিছে ৷

আক্ৰান্ত হোৱা ৩৬৭৭ জনৰ ভিতৰত ৭৬৮ জনেই গুৱাহাটী মহানগৰৰ ৷

Covid Summary of 27/01/2022

Today’s Total 3677

Overall Positivity Percentage (3677 cases out of 44,389 test done = 8.28%)

Kamrup(M) 768

Death 20

Recovery Rate 93.95%

Leave A Reply

Your email address will not be published.