ৰাজ্যত হ্ৰাস হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰে অসমত মুঠ ৪৩১ জন আক্ৰান্ত চিনাক্ত ৷
অসমবাসীৰ বাবে সুখবৰ ৷ ৰাজ্যত হ্ৰাস হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰে অসমত ২৫৬ জন ক’ভিডত আক্ৰান্ত ধৰা পৰিছে ৷ গোটেই ৰাজ্যখনত ৩৩৬৭৫ জনৰ ক’ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ ক’ভিড পজিটিভ চিনাক্ত হোৱা সকলৰ ১০৬ জনে গুৱাহাটী মহানগৰ এলেকাৰ ৷ সংক্ৰমণৰ হাৰ ১.২৮ শতাংশ ৷
চৰকাৰৰ তথ্য অনুসৰি ৮ জন লোকৰ ক’ভিডত দিনটোত সমগ্ৰ ৰাজ্যত মৃত্যু ঘটিছে ৷
Summary of 08/02/2022
Today’s Total 431
Overall Positivity Percentage (431 cases out of 33,675 test done = 1.28%)
Kamrup(M) 106
Death 8
Recovery Rate 98.04%