Daily Time Axom

অসমত বণিজ বহলাব বাবা ৰামদেৱৰ পতঞ্জলিয়ে ! জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ ৰামদেৱৰ ৷

0 11

জনতা ভৱনত যোগগুৰু স্বামী ৰামদেৱৰ সৈতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক । পতঞ্জলিৰ খেজুৰ খেতি, ভাৰতীয় শিক্ষা বোৰ্ড, পতঞ্জলি সুস্থতা আৰু আয়ুৰ্বেদিক মহাবিদ্যালয় আদি বিভিন্ন কেইবাটাও বিষয়ত শনিবাৰে আবেলি মিলিত হয় আলোচনাত ৷ পতঞ্জলিক অসম চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব আশ্বাস মুখ্যমন্ত্ৰীৰ ।

Leave A Reply

Your email address will not be published.