Daily Time Axom

নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছৰ খুন্দাত এজন নিহত

0 21

গোলাঘাটৰ কমাৰবন্ধা ৰাইদিঙীয়াত অঘটন। নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছে মহতিয়াওৱাৰ ফলত এজন লোক ঘটনাস্হলীতে নিহত হয় ।

কমাৰবন্ধা আৰু ফৰকাটিং ৰেলৱে ষ্টেচনৰ মাজত সংঘটিত হোৱা এই ঘটনাত মৃত্যু লোকজনৰ চিনাক্ত কৰিব পৰা নাই ৰেলৱে আৰক্ষীয়ে। আৰক্ষীয়ে সন্দেহ কৰা মতে ট্ৰেইনৰ আগত জপিয়াই দিয়াৰ ফলত মৃত্যু হল লোকজনৰ। প্ৰায় ৩৫ বছৰীয়া লোকজন ভিক্ষাৰী বুলিও সন্দেহ কৰা হৈছে।

Leave A Reply

Your email address will not be published.