কাৰ্বি আংলং আৰক্ষীৰ সফলতা ,১.০৪ কিলোগ্ৰাম হেৰোইন জব্দ Assam By admin On Feb 25, 2022 0 40 Share অসম আৰক্ষীয়ে প্ৰতিদিনে নতুন সাফল্যৰ সৈতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে!কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানত ১.০৪ কিলোগ্ৰাম হেৰোইন উদ্ধাৰ কৰিছে। অভিযানটোত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। 0 40 Share FacebookTwitterGoogle+ReddItWhatsAppPinterestEmail