Daily Time Axom

বৰপথাৰত ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত স্কুটী আৰোহী ৷

0 16

ডিজিটেল ডেস্ক: গোলাঘাট জিলাৰ বৰপথাৰ নগৰৰ মাজমজিয়াত দেওবাৰে সন্ধিয়া এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হয় স্কুটী আৰোহী বৰপথাৰৰ লিপিকা মেডিকেল নামৰ ফাৰ্মাচীৰ স্বতাধিকাৰী উত্তম দে ৷ বৰপথাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ততাতৈয়াকৈ ভৰ্তি কৰা হয় যদিও আঘাটপ্ৰাপ্ত উত্তমক উন্নত চিকিৎসাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

Leave A Reply

Your email address will not be published.