Daily Time Axom

মাজুলীত বিদ্যুৎ স্পৃষ্ট হৈ এজন লোকৰ মৃত্যু

0 12

মাজুলীত বিদ্যুৎ স্পৃষ্ট হৈ দক্ষিণপাট কৈবত্ত গাঁওৰ এজন লোকৰ মৃত্যু।

মৃত লোকজনৰ নাম ধ্ৰুৱ দাস।

দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া লোকজন আন দিনাৰ দৰে আজিও ওলাই গৈছিল।

আজি এটা টিউবল পুতি থাকোতে আকস্মিকভাবে বিদ্যুৎৰ তাঁৰত লাগি লোকজন মৃতু্ৰ মুখত পৰে।

লোকজনৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে।

মাজুলী পৰা প্ৰাঞ্জল গাৰ্গৰ প্রতিবেদন

Leave A Reply

Your email address will not be published.