Daily Time Axom

ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক BECA চুক্তি স্বাক্ষৰিত

0 70

ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক BECA (Basic Exchange and Co-operation Agreement)ত স্বাক্ষৰ সম্পন্ন হয়। মঙলবাৰে ভাৰত আৰু আমেৰিকাৰ মাজত এক ঐতিহাসিক চুক্তি স্বাক্ষৰিত হয়। ভাৰতৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰীয়ে আমেৰিকাৰ সৈতে হোৱা বৈঠকত এই চুক্তি স্বাক্ষৰিত হয়। দুয়োখন দেশৰ মাজত পৰমাণু সম্পৰ্কীয় আলোচনা হোৱাৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। এই ঐতিহাসিক চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতেই ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে “বৰ্তমান সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত বন্ধুত্বৰ বান্ধোন আৰু অধিক কটকটীয়া হৈছে” বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.