Daily Time Axom

বিজনীত ধন্বন্তৰী সেৱা যাত্ৰাৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিৱিৰ

0 9

চিৰাং জিলাৰ বিজনীৰ বাংগালঝৰাত ১০১৩ নং বাংগালঝৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সেৱা ভাৰতী পূৰ্বাঞ্চল আৰু ৰাষ্ট্ৰীয় মেডিকোজ অৰ্গেনাইজেশনৰ উদ্যোগত ১৯ তম ধনভন্ট্ৰী সেৱা যাত্ৰাৰ ২০২২ ৰ অধীনত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন।


গোটেই ভাৰতবৰ্ষৰ লগতে জিলাখনত থকা সাধাৰণ ৰাইজক বিভিন্ন ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাত সন্মুখীন হোৱা অঞ্চল সমূহত ১৯ তম ধনভন্ট্ৰী সেৱা যাত্ৰাৰ ২০২২ ৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াই যোৱা পৰিলক্ষিত হৈছে ।

আজিৰ বিনামূলীয়া চিকিৎসা স্বাস্থ্য শিবিৰত বহি ৰাজ্যৰ ৫ গৰাকী জেষ্ঠ্য চিকিৎসকে উপস্থিত থাকি সেৱা আগবঢ়ায় ।পাঁচ গৰাকী চিকিৎসক ক্ৰমে গুজৰাটৰ চিকিৎসক ড° কেটন যোশী ,ড° মান পাঞ্চি , ড° ৰাজা জোস ,পশ্চিম বংগৰ চিকিৎসক ড° ৰীমি বিশ্বাস, উত্তৰ প্ৰদেশৰ চিকিৎসক ড° কানশী বাসীষ্ট উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.