Daily Time Axom

জামুগুৰিহাটৰ সমীপৰ চতিয়াত উদ্ধাৰ এক আঘাতপ্ৰাপ্ত শগুণ

0 7

চিকিৎসাৰ বাবে শগুণটো বনবিভাগে চমজি লয় ৷

এটা আঘাতপ্ৰাপ্ত শগুন জামুগুৰিহাটৰ সমীপৰ চতিয়াৰ কটৰাটি অঞ্চলত আজি ৰাতিপুৱা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ শগুনটোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখাৰ পাছতে বনবিভাগক খৱৰ দিয়াৰ ব্যৱস্থা কৰে সচেতন ৰাইজে ৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ শগুণটো প্ৰয়োজনীয় চিকিৎসাৰ বাবে নিয়া ব্যৱস্থা কৰে ৷ বনবিভাগৰ লোকৰ মতে উন্নত চিকিৎসাৰ পিছত বনাঞ্চলত মুকলি কৰি দিব শগুনটোক ৷

জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট।

Leave A Reply

Your email address will not be published.