Daily Time Axom

উদুলি মুদুলি দৰঙৰ পচকীয়া গৰখীয়া সভাৰ থান

0 26

দৰং জিলাৰ নিজ বৰমপুৰ গাওঁৰ গৰখীয়া মন্দিৰত গৰখীয়া সভা সম্পন্ন হয়।

এইবাৰ ত্ৰিংশতম সংখ্যক গৰখীয়া সভা সম্পন্ন হয়।

দুদিনীয়াকৈ অনুষ্ঠিত হৈছে গৰখীয়া সভা ৷

জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা বহন কৰিছে ভক্তৰ আগমনে ৷

শৰাই নৈবদ্য লৈ ভগবান আশীষ গ্ৰহন ভক্তৰ ৷

গৰখীয়া থানত ভক্ত‌ই ছাগলী,পাৰ, দান দিয়াও দেখিবলৈ পোৱা গৈছে ৷

খৈৰাবাৰীৰ পৰা সূদশন কলিতা

Leave A Reply

Your email address will not be published.