Daily Time Axom

উত্তৰ-পূবত ‘আপ’ৰ প্ৰথম বিজয় ৷ অৰবিন্দ কেজৰিৱালৰ অসম আপক অভিনন্দন ৷

0 20

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়ৰ বিপৰীতে এখনো আসনত জয় লাভ কৰিব নোৱাৰিলে কংগ্ৰেছে ৷ আনহাতে চালুকীয়া সংগঠন স্বত্বেও এখন আসনত জয় লাভ কৰি উত্তৰ-পূৰ্বাঞ্চলত নিজৰ প্ৰথমটো ৰাজনৈতিক বিজয় সাব্যস্ত কৰিলে আপে ৷ ৪২নম্বৰ ৱাৰ্ডত আপৰ হৈ জয় লাভ কৰে মাছুমা বেগমে ৷ অসম আপৰ লগতে মাছুমা বেগমক অভিনন্দন জ্ঞাপন কৰে আপৰ মূৰব্বী নেতা অৰবিন্দ কেজৰিৱালে ৷

Leave A Reply

Your email address will not be published.