Daily Time Axom

বানপীড়িত ৰাইজৰ সুবিধাৰ্থে আয়ুৰ্বেদিক চিকৎসা সংস্থা (AMO) বিনামূলীয়া চিকিৎসা শিবিৰ

চাংসাৰি মলং প্ৰাথমিক বিদ্যালয়ত বানপীড়িত ৰাইজৰ সুবিধাৰ্থে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। আয়ুৰ্বেদিক চিকিৎসা সংস্থা (AMO) আৰু মলং ন-জোৱান সংঘৰ সহযোগত আয়োজন কৰা উক্ত চিকিৎসা শিৱিৰত বিশিষ্ট অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ

মাৰ্ঘেৰিটাত টাই ভাষা, পাঠদান কর্মশালা আৰু সাংস্কৃতিক সমাৰোহৰ সফল সামৰণি

:ডামচাও গিৰিণ মহুং বৰুৱা সোঁৱৰণত অনুষ্ঠিত কৰা টাই ভাষাৰ পাঠদান কর্মশালা ও সাংস্কৃতিক সমাৰোহৰ আজি সামৰণি পৰে।এই পাঠদান, কর্মশালা আৰু সাংস্কৃতিক সমাৰোহখনি ১ জুলাইত শুভাৰম্ভ কৰা হৈছিল। মাৰ্ঘেৰিটাৰ টাউন হাই স্কুলত এমাহযোৰা কাৰ্যসূচীৰে আয়োজন

এগৰাকী ৰোগীলৈ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত

বৰ্তমান সময়ত আমাৰ সমাজত বাঃ বাঃ লোৱাৰ পৰা বিৰত থাকি নিঃস্বাৰ্থ বাবে দুখীয়া ৰাইজৰ কাষত থিয় দিয়া ব্যক্তিজনেই হৈছে ছোহেইল আহমেদ। চাৰিং পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ কমলা বেগম নামৰ মহিলা এগৰাকী যোৱা ২বছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত

ছোনিয়া গান্ধীক EDৰ জেৰাৰ প্ৰতিবাদত মহানগৰীত যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

নিউজ ডেস্ক, ২১ জুলাইঃ ৰাহুল গান্ধীৰ পাছত আজি EDৰ জেৰাৰ সন্মুখীন হৈছিল ছোনিয়া গান্ধী। দিনৰ ১১.৪৫ বজাত দিল্লীস্থিত EDৰ কাৰ্যালয়ত কংগ্ৰেছ অধ্যক্ষাগৰাকী উপস্থিত হয়। নেশ্যনেল হেৰাল্ড গোচৰত EDএ জেৰা কৰিছিল ছোনিয়া গান্ধীক। ইয়াৰপিছতেই জেৰাৰ

জামুগুৰিহাটৰ সমিপৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়তত মূখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী…

চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ সমীপৰ মধ্য নাগশংকৰ গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ চৌহদত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত অমৃত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে । শিল্পী জ্যোতিপ্ৰসাদ

অসমীয়া আলিয়া ভাটে শীঘ্ৰেই বলিউড নগৰীত ভৰি থ’ব নেকি?

নিউজ ডেস্ক, ১৬ জুলাইঃ ইণ্টাৰনেটত মানুহে গোটেই পৃথিৱীৰ বিখ্যাত চেলিব্ৰিটিসকলৰ দৰে দেখা মানুহ আৱিষ্কাৰ কৰি থাকে। কোনোবাই এগৰাকী অসমীয়া ছোৱালী আৰু আলিয়া ভাটৰ মাজত সাদৃশ্য লক্ষ্য কৰিছে। তেওঁৰ নাম চেলেষ্টি। সামাজিক মাধ্যমত প্ৰভাৱশালী তেওঁ ।

অসংসদীয় শব্দৰ তালিকাই জন্ম দিছে নেকি?চৰকাৰ বিৰোধী ক্ষোভৰ

নিউজ ডেস্ক, ১৬ জুলাই : অসংসদীয় শব্দ তালিকা প্ৰকাশ পোৱাৰ পিছতে ভাৰতে সংসদ চৌহদত বিক্ষোভ, ধৰ্ণা, অনশন, হৰতাল বা ধৰ্মীয় ৰীতি-নীতি নিষিদ্ধ কৰিছে। বৃহস্পতিবাৰে ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ মহাসচিবে এই নিৰ্দেশনা জাৰি কৰিছে। তেওঁ সকলো

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ৰ নতুন কমিটি গঠন জ্যেষ্ঠ সাংবাদিক বিতোপন বৰবৰা…

গুৱাহাটী, ১৬ জুলাইঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ প্ৰথমখন অধিৱেশনত সন্থাটিৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ পুৱা ১০ বজাৰ পৰা দুপৰীয়া ১ বজালৈ অনুষ্ঠিত হোৱা এই অধিৱেশনতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ

কৰ’নাৰ নতুন ঢৌ, বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

নিউজ ডেস্ক,১৬ জুলাই: সমগ্ৰ বিশ্বতে পুনৰ বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কেইমাহমান আগলৈকে পৰিস্থিতি নিয়ন্ত্ৰণত আছিল। ইয়াৰ মাজতে পুনৰ বৃদ্ধি পাইছে আক্ৰান্ত আৰু মৃত লোকৰ সংখ্যা। পৰিস্থিতিৰ বিচাৰ কৰি বিশ্ব স্বাস্থ্য সংস্থাই

কেৰেলাৰ কোম্পানীৰ বিশ্ব অভিলেখ, এটা আঙঠিত ২৪ হাজাৰ ৬৭৯ টা হীৰা!

নিউজ ডেস্ক, ১৬ জুলাইঃ বিশ্বৰ বিভিন্ন ব্যক্তি বা গোটৰ দ্বাৰা সৃষ্টি কৰা অভিলেখসমূহ নিয়মিতভাৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত তালিকাভুক্ত কৰা হয়। এইবাৰ এক অবিশ্বাস্য অভিলেখ সৃষ্টি কৰিছে কেৰেলাৰ SWA Diamonds Company য়ে। এই কথা ব্যাখ্যা কৰি