চাপৰৰ চাহ বাগিচাত গৌৰৱ কঢ়িয়াই আনিলে তিনি ফুটবল খেলুৱৈয়ে
চাপৰ বিৰছা মুণ্ডা ষ্টেডিয়ামত তিনি খেলুৱৈক সম্বৰ্ধনা "আছা" তথা স্থানীয় ৰাইজৰ
ধুবুৰী জিলাৰ চাপৰ চাহ বাগিচা অঞ্চলৰ তিনি খেলুৱৈ ক্ৰমে আনন্দ ডেমতা,ডেভিদ লোহাৰ আৰু বাচিল কংগাদিয়ে মাজবাটৰ আনচুলাই একাডেমীৰ পৰা গোৱাত ১৫ বছৰ অনুৰ্ধ!-->!-->!-->!-->!-->!-->!-->!-->!-->…