Daily Time Axom

৮ ঘন্টা অবিৰতভাৱে কাম কৰিলে হৃদৰোগ হোৱাৰ সম্ভাৱনা বাঢ়িব পাৰে !

নিউজ ডেস্ক,১৬ জুলাই: শাৰীৰিক ব্যায়ামৰ অভাৱ আৰু এটা নিৰ্দিষ্ট খাদ্যৰ প্ৰতি আনুগত্য নকৰিলে কম বয়সতে জটিল ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ লগতে জীৱনশৈলীৰ পৰিৱৰ্তনো কৰিব লাগে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা

সহবাস স্বেচ্ছামূলক হ’লে সম্পৰ্ক ভাঙিও ধৰ্ষণৰ অভিযোগ আনিব নোৱাৰিবঃ উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক, ১৬ জুলাইঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু বিক্ৰম নাথৰ বিচাৰপীঠে কয় যে যদি কোনো মহিলাই স্বেচ্ছাই পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, তেন্তে সম্পৰ্ক ভাঙি গ’লে মহিলাগৰাকীয়ে ধৰ্ষণৰ অভিযোগ দাখিল কৰিব নোৱাৰে।

ললিতৰ প্ৰেমত বিশ্ব সুন্দৰী! প্ৰেমিকৰ এই ঘোষণাৰ পিছতে মৌনতা ভংগ কৰিলে সুস্মিতাই

নিউজ ডেস্ক,১৬ জুলাই: ললিত মোদীৰ সৈতে সুস্মিতা সেনৰ ৰোমাঞ্চৰ পিছতেই বি-টাউনত হুলস্থুল। আই পি এলৰ প্ৰাক্তন বছগৰাকীয়ে গৌৰৱেৰে ঘোষণা কৰে প্ৰাক্তন মিছ ৱৰ্ল্ডৰ সৈতে তেওঁৰ সম্পৰ্ক। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীৰ পিতৃ আৰু ভাতৃৰ প্ৰতিক্ৰিয়া সেন

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচলক ২৮খন গাঁও এৰি কৰিলে সীমান্তৰ সমস্যা সমাধান

নিউজ ডেস্ক, ১৬ জুলাইঃ মেঘালয়ৰ পিছত এইবাৰ অৰুণাচল প্ৰদেশ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই আন এখন চুবুৰীয়া ৰাজ্যৰ সৈতে হোৱা সীমা বিবাদ নিষ্পত্তিৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে। ইয়াৰ বাবে শনিবাৰে তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা

মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিহত এজন

নিউজ ডেস্ক, ১৬ জুলাইঃ মহানগৰীৰ ভঙাগড়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। কেইবাটাও চিলিণ্ডাৰৰ বিষ্ফোৰণৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ভঙাগড়ৰ টিভি টাৱাৰৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হয়। ভঙাগড়ৰ উদয়াচল পথত এই বিষ্ফোৰণ হয়।

বিজেপিত যোগদান কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা

নিউজ ডেস্ক, ১৬ জুলাইঃ হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বিজেপিত যোগদান কাৰ্যসূচী। গেৰুৱা হ'ল কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি নিয়ৰ ডেকা। নিয়ৰ ডেকাৰ নেতৃত্বত যোগ দিলে ৩০ৰো অধিক কটন বিশ্ব

ছেবাৰ ভূলৰ বাবেই মেট্ৰিকত স্থান পোৱা নাছিল মেধাৱী ছাত্ৰী প্ৰাৰ্থনা দত্ত

নিউজ ডেস্ক, ১৬ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে প্ৰাৰ্থনা দত্ত। ষষ্ঠস্থান প্ৰাপ্ত প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী । একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰথম পত্নী ইভানা ট্ৰাম্পৰ ৭৩ বছৰ বয়সত মৃত্যু

ড’নাল্ড ট্ৰাম্পে কয় যে নিউয়ৰ্কত থকা নিজৰ ঘৰত ইভানা ট্ৰাম্পৰ মৃত্যু হয়। ৭৬ বছৰীয়া ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ আছিল এগৰাকী আচৰিত, ধুনীয়া আৰু অসাধাৰণ মহিলা যিয়ে এক আচৰিত আৰু প্ৰেৰণাদায়ক জীৱন যাপন কৰিছিল। তেওঁ লগতে কয়, "তেওঁৰ

কোহলী টি-২০ দলৰ পৰা বাদ পৰিব নেকি

মাহৰ পিছত মাহ ধৰি ফৰ্ম হেৰুৱাই পেলাইছে বিৰাট কোহলীয়ে। ৭০টা আন্তঃৰাষ্ট্ৰীয় শতক অৰ্জন কৰা ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ ফৰ্মলৈ ঘূৰি আহিব পৰা নাই। ইতিমধ্যে তেওঁক দলৰ পৰা বাদ দিয়াৰ দাবী উত্থাপন হৈছে। অৱশ্যে ভাৰতৰ প্ৰাক্তন অধিনায়ক

৭ দিনৰ ভিতৰত হ’ব নতুন ৰাষ্ট্ৰপতি: শ্ৰীলংকাৰ অধ্যক্ষ

শ্ৰীলংকাৰ অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্ডেনে কয় যে ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্ষৰ পদত্যাগ গ্ৰহণ কৰা হৈছে। শুকুৰবাৰে (১৫ জুলাই) এক আনুষ্ঠানিক ঘোষণাত তেওঁ এই কথা কয়। এনে অৱস্থাত অহা ৭ দিনৰ ভিতৰত নতুন সভাপতি নিৰ্বাচিত হ’ব বুলি অধ্যক্ষগৰাকীয়ে