Daily Time Axom

দক্ষিণ আফ্ৰিকাৰ বাৰত গুলীচালনা, নিহত ১৫ জন লোক

নিউজ ডেস্ক,১০ জুনঃ ৰাইফল আৰু পিষ্টলৰে সজ্জিত বন্দুকধাৰীৰ এটা দলে দেওবাৰে পুৱতি নিশা দক্ষিণ আফ্ৰিকাৰ চৱেটো চহৰৰ এখন বাৰত বহি থকা লোকসকলৰ ওপৰত গুলীচালনা কৰে। এই গুলীচালনাত ১৫ জন নিহত হয় আৰু ৯ জন আহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আজি পৱিত্ৰ ঈদ-উল-জুহা

নিউজ ডেস্ক,১০ জুলাইঃ আজি পবিত্ৰ ঈদ–উল–জোহা। ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উছাহ দেখা গৈছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ–মালহেৰে উদযাপন কৰিছে ঈদ–উল–জোহা। ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি

কোন আছিল ডায়েনা, কিয় হৈছিল ইমান শিশুৰ মাতৃ

নিউজ ডেস্ক, ৯ জুলাইঃ এগৰাকী নাৰী, নাম তেওঁৰ ডায়েনা। বিশ্ব ইতিহাসত নিজৰ নাম লিখি যোৱা এইগৰাকী নাৰীক।দ্বিতীয় বিশ্বযুদ্ধৰ শেষত হাজাৰ হাজাৰ শিশুৱে তেওঁক মা বুলি মাতিছিল । তেওঁলোকে জানিছিল যে এইগৰাকী মাতৃয়ে তেওঁলোকক জন্ম দিয়া নাছিল হয় কিন্তু

শ্ৰীশ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত বাৰ্ষিক নাগপঞ্চমী পূজা

নিউজ ডেস্ক, ৯ জুলাইঃ মাৰ্কণ্ডেয় পুৰাণ খ্যাত চিৰ জাগ্ৰত শক্তিপীঠ শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। উত্তৰ গুৱাহাটীৰ মনোৰম প্ৰাকৃতিক পৰিৱেশত সীতাচল পৰ্বতত অৱস্থিত গুপ্ত কামাখ্যা শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ সৌজন্যত অহা ১৮ জুলাই

বিবাহৰ প্ৰতিশ্ৰুতি দি সহবাস কৰা এতিয়া ধৰ্ষণ নহয়

নিউজ ডেস্ক, ৯ জুলাইঃ বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন সম্ভোগৰ অভিযোগক ধৰ্ষণ বুলি ক'ব নোৱাৰি। কেৰালা উচ্চ ন্যায়ালয়ে শুক্ৰবাৰে এটা গোচৰত একে ধৰণৰ ৰায় দিছে। এজন উকীলক তেওঁৰ প্ৰেমিকাই ধৰ্ষণৰ অভিযোগ কৰিছে। তেওঁ দাবী কৰি কয় যে প্ৰেমিকে বিয়াৰ

মোডী আৰু নাড্ডাক সাক্ষাৎ কৰিবলৈ শ্বাহ দৰবাৰত সিন্দে, ফাডনাভিছে

নিউজ ডেস্ক, ৯জুলাইঃ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মন্ত্ৰীসভাৰ তালিকা চূড়ান্ত কৰিবলৈ দিল্লীত অমিত শ্বাহৰ সৈতে এখন বৈঠক কৰে। শুক্ৰবাৰে নিশা গৃহমন্ত্ৰী শ্বাহৰ সৈতে তেওঁলোকৰ বৈঠকত

জনসংখ্যা স্থিৰকৰণ পষেক উপলক্ষে কামৰূপ জিলাত উদ্বোধন কৰা হল ‘’সাৰথি বাহন’’ৰ

নিউজ ডেস্ক, ৮ জুলাইঃ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি যোৱা ২৭ জুনৰ পৰা ১০ জুলাইলৈ আয়োজন কৰা ‘’জনসংখ্যা স্থিৰকৰণ পষেক’’ উপলক্ষে আজি ‘’সাৰথি’’ বাহন নামেৰে এখন বাহন কামৰূপ জিলাত উদ্বোধন কৰা হয়। কামৰূপ জিলাৰ সংহত উপায়ুক্তৰ কাৰ্যালয় চৌহদত এই

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ প্ৰতি গভীৰ সন্মানৰ চিন হিচাপে ৯ জুলাইত ৰাষ্ট্ৰীয় শোক দিৱস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেওঁ কয় যে, "মোৰ এজন প্ৰিয় বন্ধু শিনজো আবেৰ দুখজনক মৃত্যুত মই হতবাক আৰু দুখিত। তেওঁ এজন মহান বিশ্বমানৰ ৰাজনীতিবিদ, এজন উৎকৃষ্ট নেতা আৰু এজন

পুব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত বন মহোৎসৱ

চলিত মাহৰ ১ জুলাইৰ পৰা ৭ জুলাই তাৰিখলৈ পালত কৰি অহা ৭৩ সংখ্যক বন মহোৎসৱৰ লগত সংগতি ৰাখি আজি অন্তিম দিনৰ কাৰ্যসূচীত পুব কামৰূপ বন সংমণ্ডল আৰু গুৱাহাটী বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত তথা চন্দ্ৰপুৰ খণ্ড বন কাৰ্যালয়ৰ সহযোগত গুৱাহাটীৰ আমচং

কামৰূপ পূব বন সংমণ্ডলৰ সহযোগত অসমৰ অৱসৰপ্ৰাপ্ত বন সেৱা বিষয়া সন্থাৰ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন

নিউজ ডেস্ক, ৮ জুলাইঃ গুৱাহাটী মহানগৰৰ ওচৰত গৰ্ভাঙ্গা সংৰক্ষিত বনাঞ্চলৰ নালাপাৰাত কামৰূপ পূব বন সংমণ্ডলৰ সহযোগত অসমৰ অৱসৰপ্ৰাপ্ত বন সেৱা বিষয়া সন্থাই আজি ৮ জুলাই শুক্ৰবাৰে এক বৃক্ষৰোপণ কাৰ্যসূচী আয়োজন কৰিছিল। বৃক্ষৰোপণ কাৰ্যসূচীটো অনন্য