পত্নীয়ে দিছে স্বামীক ভাড়াত দিয়াৰ বিজ্ঞাপন
পত্নীয়ে দিছে বিজ্ঞাপন। স্বামীক অনলাইনৰ জৰিয়তে ভাড়াত পাব। সকলোৱেই অদ্ভুত বিজ্ঞাপনটো দেখি হতবাক হৈছে।এগৰাকী পত্নীয়ে তেওঁৰ স্বামীক আন মহিলাক ভাড়াত দিব বিচাৰে। ইয়াৰ বাবে, তেওঁ ফেচবুক আৰু কেইবাটাও জনপ্ৰিয় ৱেবছাইটত বিজ্ঞাপন দিছে।!-->…