Daily Time Axom

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ অসম জাতীয় পৰিষদৰ

বিপ্লৱ শর্মা কমিটীৰ প্ৰতিবেদনৰ পৰামর্শ ৰূপায়ণৰ মিছা ‘ক্ৰেডিট’ লোৱাৰ অপচেষ্টা হিমন্ত বিশ্ব শর্মাৰ : অজাপ‘মূল বিষয়সমূহ উলাই কৰি আনুসঙ্গিক কাম কৰাটোক অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ নুবুজায়; বিধান সভা-লোকসভা আৰু চাকৰিত আসন সংৰক্ষণহে আছিল মূল

এপিএছচি কেলেংকাৰি সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছ - বিজেপিৰ অপকৰ্মৰ ফল ভুগিছে ৰাইজে দুৰ্নীতি-লুণ্ঠনকাৰী সকলক ৰাইজে ক্ষমা নকৰে - আপ 'কংগ্ৰেছ আৰু বিজেপি এটা মুদ্ৰাৰ দুটা পিঠি ৷ স্বাধীনতাৰ পিছত কংগ্ৰেছে যি বাটেৰে বাট বুলিলে এতিয়া বিজেপিয়েও একেটা বাটেৰেই আগবাঢ়িছে ৷ ' অসম

উত্তৰ গুৱাহাটীত “ৰুদ্ৰেশ্বৰ দেৱালয়” পুনৰুদ্ধাৰৰ কাম আৰম্ভ

পুনৰুদ্ধাৰ চলিছে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালৰ অন্যতম কীৰ্তিস্তম্ভ উত্তৰ গুৱাহাটীৰ "ৰুদ্ৰেশ্বৰ দেৱালয়" মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক প্ৰত্নতত্ব বিভাগে আৰম্ভ কৰিছে পুনৰুদ্ধাৰৰ কাম । নিৰ্মাণ কাৰ্যৰ বাবে

সংযুক্তা দত্তৰ ‘জোনাক– জোনবাইৰ পোহৰ’—ভাৰত টেক্স ২০২৫ত অসমৰ হস্ততাঁত বস্ত্ৰ সম্ভাৰৰ উচ্ছ…

'আৰ্থলুম – থ্ৰেডছ অৱ হেৰিটেজ'ত অসমীয়া হস্ততাঁতৰ বস্ত্ৰ সম্ভাৰৰ এক আভিজাত উদযাপন। পুনম ধীলন, আইমী বৰুৱাৰ উপস্থিতিত উজলিল সংযুক্তা দত্তৰ ফেশ্বন। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসম কন্যা ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ হস্ততাঁত শালৰ

অসমৰ মুখ‍্যমন্ত্ৰীক সাক্ষাৎ দেশী জনগোষ্ঠীয় মঞ্চৰ

যোৱাকালি দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামূল হক মণ্ডলৰ নেতৃত্বত এটা সঁজাতি দলে মুখ‍্যমন্ত্ৰী ড• হিমন্ত বিশ্বশৰ্মাক কোকৰাঝাৰত সাক্ষাৎ কৰি ছয় দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰত দেশী

নতুনকৈ আৱিষ্কাৰ হোৱা বেং এটাৰ নাম দিয়া হ’ল ‘লিওনাৰ্ডো ডিকেপ্ৰিঅ’

ইকুৱেডৰত আৱিষ্কাৰ হৈছে এটি নতুন প্ৰজাতিৰ বেং। এই জীৱটোৰ নাম ৰখা হৈছে ‘ফিলোনাষ্টেছ ডিকেপ্ৰিঅ’। যিটো অস্কাৰ বিজয়ী হলিউডৰ অভিনেতা লিওনাৰ্ডো ডিকেপ্ৰিঅ’ৰ নামেৰে নামকৰণ কৰা হৈছে। ইকুৱেডৰে কিয় এই নাম কৰিলে? শেহতীয়াকৈ ছান ফ্ৰান্সিস্কো

পৃথিৱীৰ আটাইতকৈ বুদ্ধিমান মানুহ কোনখন দেশত বাস কৰে জানেনে

এটা পুৰণি কথা আছে যে প্ৰতিভা অবিহনে ইতিহাস ৰচনা কৰিব নোৱাৰি। এলবাৰ্ট আইনষ্টাইন, নিউটন, ষ্টিফেন হকিং আদিৰ দৰে প্ৰতিভাশালী যিসকলে নিজৰ উদ্ভাৱনী শক্তি আৰু ধাৰণাৰে এতিয়াও জীয়াই আছে। এই অসাধাৰণ লোকসকলে আমাক নতুন দিশ দেখুৱাইছে আৰু

৫৩ হেজাৰ এক টকাত নিলাম হৈছে অসমীয়াৰ স্বাভিমান গামোছা

নলবাৰী জিলাৰ সানেকুছি ওজাতোলাত অনুষ্ঠিত হৈছে এই মাংগলিক নিলাম প্ৰক্ৰিয়া ৷যোৱা ১২ ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ স্বাভিমান গামোছা এখন ৫৩ হেজাৰ টকাত নিলাম যোগে বিক্ৰী হৈছে ৷ নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি ওজাতোলাৰ শ্ৰীশ্ৰী গোপাল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সামাজিক মাধ্যমত নিত্য নতুন কল্পকাহিনী সৃষ্টি কৰাৰ পৰিবৰ্তে…

যোৱা কেইদিনত চিংগাপুৰৰ পৰাই সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে ৭/৮ টা টুইট কৰি অভিযোগ অনাৰ আৰম্ভ কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া উভতি আহিয়েই গুৱাহাটীৰ পৰা এইবাৰ সামাজিক মাধ্যম আৰু ইলেকট্ৰনিক সংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও প্ৰশ্ন উত্থাপন