Daily Time Axom

ভাৰতত আইনীভাবে থকাৰ আজি শেষ দিন শ্বেখ হাছিনাৰ

তীব্ৰ গণ প্ৰতিবাদৰ মাজতে দেশ এৰি পলায়ন কৰি ৫ আগষ্টত ভাৰতত আশ্ৰয় লয় শ্বেখ হাছিনাই। কূটনৈতিক পাছপ’ৰ্টৰ ক্ষমতাত তেওঁ আইনগতভাৱে ৪৫ দিন ভাৰতত থাকিব পাৰিব। অৱশ্যে অন্তৱৰ্তীকালীন চৰকাৰে তেওঁৰ পাছপ’ৰ্ট বাতিল কৰিছে। কিন্তু

ডাবৰ পানী বিপদৰ কাৰণো হ’ব পাৰে

ডাবৰ পানী ভাল নোপোৱা মানুহ নাই। গ্ৰীষ্মকালত পিয়াহ নিবাৰণৰ ক্ষেত্ৰতো কোনো তুলনা নাই। ইয়াত ছডিয়াম, কেলচিয়াম, মেগনেছিয়াম, জিংক আৰু অন্যান্য খনিজ পদাৰ্থ থাকে। পানীলগা বা পেটৰ অসুবিধা হ’লেও ডাবৰ পানীয়ে ঔষধ হিচাপে কাম কৰে। ইমান

জাতীয় পতাকাত কালেমা লিখাক লৈ ক্ষুব্ধ হিন্দু পৰিষদ

জাতীয় পতাকাত কালেমা লিখাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশ্ব হিন্দু পৰিষদে। মধ্যপ্ৰদেশৰ ছটাৰপুৰ জিলাৰ ঘুবাৰা তহচিলৰ অন্তৰ্গত পাণয়া অঞ্চলত সংঘটিত হৈছে এই ঘটনা।একাংশ মুছলমানে জাতীয় পতাকা অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। জাতীয় পতাকাৰ

মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পাঁচ জন কুখ্যাত চাইবাৰ অপৰাধী

মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাইবাৰ অপৰাধী কেইটা হৈছে- জাহানুৰ আলী, ঘৰ ধিঙৰ গায়ন গাঁও। ফিৰদুছ আলী , ঘৰ ধিঙৰ লহকৰঘাট গাঁও। ৱাকিবুৰ ৰহমান, ঘৰ ধিঙৰ লহকৰঘাট গাঁও। হুছেইন জাহাংগিৰ আলী , ধিঙৰ লহকৰঘাট । আৰু আনজন হৈছে

চেনি খোৱা বন্ধ কৰিলে শৰীৰত যি পৰিৱৰ্তন ঘটে…

এতিয়া কম বেছি পৰিমাণে বহুতে প্ৰায় প্ৰতিদিনে চেনি খায়। ঘৰতে বনোৱা চাহ বা ব্ৰেকফাষ্টৰ বাবে প্ৰায় চেনি প্ৰত্যেক ঘৰতে ব্যৱহাৰ কৰা হয়। কিন্তু চেনি খোৱা বন্ধ কৰিলে কি হয় জানেনে? আপুনি জানি আচৰিত হ’ব। এই পৰিপ্ৰেক্ষিতত

১৮ বছৰৰ তলৰ লোকৰ বাবে ইনষ্টাগ্ৰামে কি ব্যৱস্থা গ্ৰহণ কৰিছে

১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ গোপনীয়তা বৃদ্ধি আৰু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱ সীমিত কৰাৰ বাবে ইনষ্টাগ্ৰামে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অনলাইনত শিশুৰ সুৰক্ষাৰ ওপৰত যাতে কোনো ধৰণৰ হেঁচা নাথাকে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইনষ্টাগ্ৰামৰ

কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতি গঠন

নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কচুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।আমছুৰ নগাঁও জিলা সমিতিৰ নিৰ্দেশ মৰ্মে কচুৱা মাৰ্কাজ একাডেমিৰ প্ৰেক্ষাগৃহত শতাধিক আমছু কৰ্মীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত ৫১ জনীয়া নৱ নিৰ্বাচিত

তিৰুপতি মন্দিৰৰ লাড়ু জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিলঃমুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু

তিৰুপতি মন্দিৰৰ প্ৰসাদ জন্তুৰ চৰ্বি ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছিল! মন্দিৰৰ লাডু ঘীৰ সলনি জন্তুৰ চৰ্বিৰে তৈয়াৰ কৰা হৈছিল বুলি অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এনে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। মুখ্যমন্ত্রীৰ এনে অভিযোগ

এজন মুছলমান যুৱকে বচালে তিনিগৰাকী হিন্দু ধৰ্মাৱলম্বী কিশোৰীৰ

বিশ্ব কৰ্মাৰ পূজাৰ দিনাই মৰিগাঁও জিলাৰ লাহৰীঘাটত অঘটন। পূজা বুলি ফুৰিবলৈ আহি ব্ৰক্ষ্মপুত্ৰত পৰি সলিল সমাধি এগৰাকী কিশোৰীৰ । লাহৰীঘাটৰ পলাশগুৰিত ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত বিশ্বকৰ্মা পূজা বুলি ফুৰিবলৈ আহি নৈত গা ধুবলৈ নামিছিল লেলাইবড়ী

উত্তৰ গুৱাহাটী, আমিনগাঁৱত আয়োজিত হ’ল বিশ্বকৰ্মা পূজা

বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱৰ পূজা উপলক্ষে ধূপ, দ্বীপ, নৈবেদ্য , ভক্তি বন্দনাৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা দেৱতাক স্মৰণ বিশ্ববাসীৰ। আমিনগাঁও উদ্যোগিক পামৰ লগতে উত্তৰ গুৱাহাটীৰ চৰকাৰী - বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে উদযাপন কৰিলে বিশ্বকৰ্মা