সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত
MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক ফটো মাৰিবলৈ আহিবৰ দিনা ফটো তুলিব নিদি উত্তেজিত ৰাইজে খেদি পঠিয়ায়।!-->…