Daily Time Axom

নাজিৰাত সাপ উদ্ধাৰ কৰিবলৈ গৈ বিপদত যুৱ বনকৰ্মী

⭕⭕অজগৰ সাপে দংশন কৰিলে ত্ৰিদীপ লাচিতক নাজিৰাৰ বিহুৱৰত অঘটন | সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা | বিহুৱৰ মাজ গাওঁ অঞ্চলৰ এখন খেল পথাৰত ৰাইজে এটা অজগৰ সাপ প্ৰত্যক্ষ কৰি খবৰ দিয়ে বিহুবৰ খণ্ড বন বিভাগক | প্ৰায় ৮ ফুট দৈৰ্ঘ্যৰ অজগৰ ডাল

শিৱসাগৰত থলুৱা মাছ পালকৰ পুখুৰীত বিহ ঢালি মাৰিলে লাখ টকাৰ মাছ

⭕অসমীয়াই অসমীয়াৰ শত্ৰু ⭕শিৱসাগৰৰ মটক গোঁহাই গাঁৱত চাঞ্চল্য | পুখুৰীত বিহ দি দুস্কৃতিকাৰীয়ে নিধন কৰিলে অসংখ্য মাছ | দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ী গৰাকীৰ পুখুৰীত বিহ দিলে দুস্কৃতিকাৰীয়ে | ফলত পুঠি-খলিহনা, গৰৈ, বৰালী,

ককিলা নাহৰণিত শ্ৰীকৃষ্ণ জন্মাষ্টমীত গ্ৰন্থ উন্মোচনী সভা

মহেন্দ্ৰ হাজৰিকাৰ 'শ্ৰীমন্ত শংকৰদেৱ' উন্মোচন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং নাহৰণিস্থিত

জাপানত ডলফিনৰ আতংক

জাপানত ডলফিনৰ আতংক।সাগৰত গা ধুবলৈ যাওঁতে ডলফিনৰ কামোৰ খাইছে সাগৰপ্ৰেমীসকলে। ডলফিনৰ চোকা দাঁতেৰে সকলোৱে ৰক্তাক্ত কৰিছে। বিশেষজ্ঞসকলে এয়া ডলফিনৰে কাম বুলি কৈছে। ডলফিনে চলিত বৰ্ষত ১৮ গৰাকী সাগৰপ্ৰেমী সাঁতোৰবিদক বিভিন্ন ধৰণে আঘাত

দীপক কুমাৰ বসুমতাৰীক জনসংযোগৰ অতিৰিক্ত সঞ্চালকলৈ পদোন্নতি

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীপক কুমাৰ বসুমতাৰীক ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে অতিৰিক্ত সঞ্চালক পদলৈ পদোন্নতি দিছে৷ বসুমতাৰীয়ে আজি জনসংযোগৰ মুখ্য কাৰ্যালয়ত অতিৰিক্ত সঞ্চালক পদত যোগদান কৰে৷ ১৯৯৩ চনত কনিষ্ঠ তথ্য আৰু জনসংযোগ

ৰীমা দাসৰ ‘Village Rockstars 2 ‘ সন্মানীয় ২৯ সংখ্যক বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ…

এই চিনেমাখন টৰ'ণ্টো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল ২০১৭ত প্ৰিমিয়াৰ হোৱা আৰু ২০১৯ৰ একাডেমি‌ এৱাৰ্ডৰ ভাৰতৰ অফিচিয়েল এণ্ট্ৰি ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চিনেমা Village Rockstars ৰ ছিকুৱেল।ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ৰচনা

মৰিগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰাতুল ডেকা আৰু নাই

যোৱাৰাতি তেওঁ নিজ গৃহলৈ যোৱা পথত বাইক দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লৈ। 'জিলা মিডিয়া ক্লাৱ'ৰ সভাপতি,জ্যেষ্ঠ সাংবাদিক, প্ৰাক্তন ছাত্ৰ নেতা ৰাতুল ডেকাৰ নথৰ দেহ মৰিগাঁও সদৰ বিহুতলি প্ৰাংগনত আজি অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষ শ্ৰদ্ধাঞ্জলি

গগনা মুম্বাই’ৰ ভাদ মহীয়া নাম-প্ৰসঙ্গ অনুষ্ঠান

পৱিত্ৰ ভাদমাহ উপলক্ষ্যে খোল -তাল, নেগেৰা, বাঁহীৰ সুমধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন সত্ৰ তথা নামঘৰসমূহ। ৰাজ্যৰ সমান্তৰালভাৱে বহিৰ্ৰাজ্যত বসবাস কৰা অসমীয়া লোকসকলেও গুৰু দুজনাৰ আদৰ্শ সাৰোগত কৰি পৱিত্ৰ ভাদ মহীয়া

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান প্ৰেৰণা মণ্ডল সংগঠনৰ প্ৰশংসা পত্ৰ বিতৰণ

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তগত কপিলী ব্লকৰ প্ৰেৰণা মণ্ডল সংগঠনৰ তৰফৰ পৰা কেইবাগৰাকীও উদ্দমী মহিলাক প্ৰশংসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়, এই বটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে সভাত সভাপতিত্ব কৰে বাৰপূজীয়া পঞ্চায়তৰ

পাকিস্তানত এজন এজনকৈ বাছৰ পৰা নমাই ২৩জন যাত্ৰীক গুলীয়াই হত্যা

পথ অৱৰোধ কৰি বাছখন ৰখাই যাত্ৰীসকলক নামিবলৈ বাধ্য কৰাই পৰিচয় পত্ৰ পৰীক্ষা কৰি পিছত গুলীচালনা কৰি হত্যা কৰিলে! চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ বেলুচিস্তানত এনে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি এই ঘটনাত কমেও ২৩ জন লোকৰ মৃত্যু হৈছে।