Daily Time Axom

অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° মিনেশ্বৰ হাজৰিকালৈ ʼʼভাৰত গৌৰৱ পুৰস্কাৰʼʼ

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক আৰু "লোক তীৰ্থ দাতব্য ন্যাস"ৰ পৰিচালন ট্ৰাষ্টী ড° মিনেশ্বৰ হাজৰিকাক ৰাষ্ট্ৰীয় সামাজিক অনুষ্ঠান 'ভাৰত বিকাশ সংগমে' ২০২৪-২৫ বৰ্ষৰ বাবে 'ভাৰত

১২ বছৰৰ পিছত প্ৰয়াগত মহা কুম্ভ, ১২ বছৰৰ পিছত কিয় হ’ল মহা কুম্ভ! ইয়াৰ আঁৰত এটা কাহিনী আছে

১২ বছৰৰ পাছত মহাকুম্ভৰ আয়োজন কৰা হয়। দেৱ-অসুৰৰ যুদ্ধৰ বাবে কিয় আৰু কেনেকৈ কুম্ভ আৰম্ভ হৈছিল... উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৃহৎ পৰিসৰত চলি আছে কুম্ভমেলা। প্ৰতি ১২ বছৰৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হয়, যিটো এইবাৰ উত্তৰ প্ৰদেশত ১৩

বাৰাক ওবামা কি পুনৰ প্ৰেমত পৰিছে নেকি ,চৰ্চা অব্যাহত

আমেৰিকাত হুলস্থুল। কিন্তু পুনৰ প্ৰেমত পৰিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা। বাৰাক ওবামা আৰু তেওঁৰ পত্নী মিচেল ওবামাই আমেৰিকাৰ প্ৰিয় শক্তিশালী দম্পতীৰ খিতাপ লাভ কৰিছে। কিন্তু বাৰাক ওবামা পুনৰ প্ৰেমত পৰিছে বুলি চৰ্চা চলিছে। এই

নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ সজাই ভাৰতীয় হোৱা বাংলাদেশী যুৱক গ্ৰেপ্তাৰ

মুৰ্ছিদাবাদ জিলাৰ ৰাণীনগৰ থানাৰ সীতানগৰ গাঁৱত এজন বাংলাদেশী নাগৰিকে নিজৰ শাহু-শহুৰেককে পিতৃ-মাতৃ কৰি বাস কৰিছিল। শুকুৰবাৰে গভীৰ নিশা গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰি আৰক্ষীয়ে গাঁওখনত অভিযান চলাই বাংলাদেশী নাগৰিকজনক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ

জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান

জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত৷ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত

শিৱসাগৰত বিদেশী পৰ্য্যটকৰ দল

⭕শিৱসাগৰ জিলা প্ৰশাসনৰ বিপুল আদৰণি ঐতিহাসিক জয়সাগৰ পুখুৰীৰপাৰৰ ৰুদ্ৰসিংহ উদ্যানত অসমীয়া খাদ্যৰ জুতি লৈ পৰিদৰ্শন কৰিলে আহোম যুগৰ পৌৰাণিক কীৰ্তিচিহ্ন | অসমীয়া থলুৱা খাদ্য সম্ভাৰৰ প্ৰশংসাত পঞ্চমুগ্ধ হৈ পৰিল বিদেশী পৰ্য্যটক |

নলবাৰী জিলাৰ বামুণবড়ীস্থিত শ্বহীদ সোঁৱৰণী মহাবিদ্যালয় কৰ্তপক্ষৰ সংবাদমেল

শ্বহীদ সোঁৱৰণী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক চাহজাহান আলীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন সন্দৰ্ভত স্পষ্টীকৰণ মহাবিদ্যালয় কৰ্তৃপক্ষৰ। ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুৰ ৰহমান, পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ফুকন আলী, মুখ্য

জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন নাটকৰ ইংৰাজী অনুবাদ গ্ৰন্থ উন্মোচন

শোণিত কুঁৱৰী মঞ্চস্থৰ শতবৰ্ষত ড.দয়ানন্দ পাঠকৰ অমূল্য উপহাৰ বিশিষ্ট শিক্ষাবিদ, ইংৰাজী সাহিত্যৰ অধ্যাপক তথা শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তথা অমৃত নিউজৰ মুখ্য সম্পাদক ড. দয়ানন্দ পাঠকে ইংৰাজীলৈ অনুবাদ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ তিনিখন

পুনৰ অশান্ত হৈ পৰিছে বাংলাদেশ, অধিবক্তাক হত্যা

ইস্কনৰ সন্ন্যাসী চিন্ময় দাসক গ্ৰেপ্তাৰ কৰাত অস্থিৰ হৈ পৰিছে বাংলাদেশ। মঙলবাৰে তেওঁক চট্টগ্ৰামৰ আদালতলৈ লৈ যোৱা হৈছিল। সেই সময়ত তেওঁৰ অনুৰাগীৰ সৈতে অধিবক্তাৰ সংঘৰ্ষ হৈছিল। যাৰ বাবে এজন অধিবক্তাক হত্যা কৰা হয়। বাংলাদেশৰএই অগ্নিময়

নামনি অসম তথা বিটিআৰ ৰ বিজনী বৰ কালীবাৰীত চি পি আই (এম )দলৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ…

নামনি অসম তথা বিটিআৰ ৰ চিৰাং জিলাৰ বিজনী মহুকুমাৰ বৰ কালিবাৰী ত দুইদিনীয়াকৈ ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ চি পি আই (এম) ৰ বঙাইগাঁও-চিৰাং জিলা সমিতিৰ ক্ৰয়োদশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে। প্ৰাপ্ত বাতৰিৰ তথ্যমতে সাম্প্ৰতিক সমগ্ৰ দেশজুৰি