Sports-ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে ভাল খবৰ
এখন নহয় একেলগে দুখনকৈ Academy ৰ কাম চলি আছে উত্তৰ গুৱাহাটীত ।উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়ৰ নিচেই কাষৰ উত্তৰ ফুলুঙ ডেকাবাৰী গাৱত নিৰ্মাণ কৰি থকা হৈছে Academy দুখন ।Academy দুখনৰ এখন হ'ব ফুটবল Academy আৰু!-->!-->!-->…