ৰাধিকাই নাম সলনি কৰিলে কিয়, চাওক সৰ্বিশেষ
অনন্ত-ৰাধিকাৰৰ যুটিটো মনোৰঞ্জন জগতত প্ৰায়ে চৰ্চিত হৈ পৰে। এতিয়া মুকেশ আম্বানীৰ বোৱাৰী ৰাধিকাই নাম সলনি কৰিছে।
বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে ছ’চিয়েল মিডিয়াত নাম সলনি কৰিছে।
ছ’চিয়েল মিডিয়াত ৰাধিকা মাৰ্চেণ্টৰ পৰা ৰাধিকা আম্বানীলৈ!-->!-->!-->!-->!-->!-->!-->…