Daily Time Axom

নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত মঠিয়াছিগাত দুদিনীয়াকৈ শ্ৰী শ্ৰী কৃষ্ণ ৰাস…

⭕শিল্পী সকল ব্যস্ত ৰাসৰ আখৰাত সমাগত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ | ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ৰাসৰ প্ৰস্তুতি, সমান্তৰালকৈ নাজিৰা দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু মঠিয়াছিগা, মেটেকা, বগীদ'ল, মেছাগড়, মাদুৰী,

৩০ বছৰৰ পাছত শনিৰ বিৰল ৰাজযোগ! ধন-সফলতাই ধৰা দিব ৪টা ৰাশিক

প্ৰতিটো গ্ৰহেই নিয়মীয়াকৈ স্থান সলনি কৰে। যাৰ প্ৰভাৱ কম বেছি পৰিমাণে ১২টা ৰাশিৰ ওপৰত পৰে। শনিক আটাইতকৈ লেহেমীয়া গতিশীল গ্ৰহ বুলি গণ্য কৰা হয়। কৰ্মৰ দাতা শনি ডেৰ-দুবছৰ ৰাশিত থাকে। তাৰ পিছত সেই পৰিমাণলৈ ঘূৰি আহিবলৈ ৩০ বছৰ লাগে।

মৃত্যুৰ পিছত শৰীৰৰ কি হয়, আপুনিও জনা উচিত

মৃত্যুৰ পিছত কি হয় সেই বিষয়ে ৰহস্যৰে আবৃত এইখন পৃথিৱীত। এগৰাকী নাৰ্চে সেই গোপন কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে মৃত্যুৰ পিছত মানুহৰ শৰীৰত বিভিন্ন শাৰীৰিক পৰিৱৰ্তন ঘটে। জানিব পৰা মতে নাৰ্ছগৰাকীয়ে আমেৰিকাৰ এখন চিকিৎসালয়ত কাম কৰে।

চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা, অংকুমান বৰদলৈক গ্ৰেপ্তাৰৰ বিৰুদ্ধে আপ

প্ৰতিবাদী শিল্পীক বিনাচৰ্তে মুক্তিৰ দাবী মনোজ ধানোৱাৰৰ 'ভৰলুমুখৰ গছ কটাৰ সিদ্ধান্ত প্ৰকৃতিৰ ওপৰত আক্ৰমণ '- আপ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক বিনাচৰ্তে মুক্তিৰ দাবী আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ।

১৫ নৱেম্বৰত চেৰী ব্লাছম উৎসৱত অংশগ্ৰহণ কৰিব উত্তৰ পূৰ্ব এলেকা উন্নয়ন ৰ কেন্দ্ৰীয় মন্ত্ৰী…

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহলৈ ৩ দিনীয়া ভ্ৰমণলৈ আহিব জোতিৰাদিত্য সিন্ধিয়া কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূৰ্ব উন্নয়ন বিভাগৰ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য এম চিণ্ডিয়াই অহা ১৫ নৱেম্বৰৰ সন্ধিয়া মেঘালয়ৰ ৰি-ভয় জিলাত অনুষ্ঠিত হৈ

দিছপুৰত সাংসদ-মন্ত্ৰীৰ উপস্থিতিত চাহ-জনগোষ্ঠী আৰু আদিবাসী সংগঠনৰ প্ৰতিনিধিৰে বৈঠক সামাজিক ন্যায় আৰু…

চাহ-জনগোষ্ঠী তথা আদিবাসীসকলৰ সকলো সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ৰ আন্তৰিক প্ৰয়াসত ৰাজ্য চৰকাৰে অহৰহ কাম কৰি আছেঃ মন্ত্ৰী পীযুষ হাজৰীকা অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা

ছিগালত নাটক -‘দ‍্য লেচন’

ৰাজ‍্যখনৰ এক পুৰণি নাট‍্যগোয্ঠী ‘ছিগাল থিয়েটাৰ’ এ পৰিবেশন কৰিব নাটক- ‘দ‍্য লেচন’। প্ৰখ‍্যাত ৰোমানিয়ান - ফৰাচী নাট‍্যকাৰ ইউজিন আয়’নেস্কোই লিখা নাটক খনৰ অসমীয়ালৈ অনুবাদ কৰিছে বাহাৰুল ইছলামৰ তথা এই

মুকালমুৱাস্থিত বিদ্যাজ্যোতি একাডেমীত চতুৰ্থ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভা

নলবাৰী জিলাৰ মুকালমুৱা অঞ্চলৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বিদ্যাজ্যোতি একাডেমীত দিন জোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় চতুৰ্থ বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী সভা ।প্ৰথম কাৰ্যসূচী অনুসৰি, ৰাতিপুৱা ৮ বজাত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ

ধিং সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়াত ৰাইজৰ দলৰ বিশাল গন সমাবেশ

ৰাইজৰ দলৰ ৰাজনৈতিক ৰণডংকা আৰম্ভ। ৰাইজৰ দলৰ ধিং সমিতিৰ উদ্যোগত ধিঙৰ ডুমডুমীয়াত গণ সমাবেশত অংশ ললে অখিল গগৈৰ লগতে যুৱ নেতা মেহেবুব মুক্তাৰ । ৰাইজৰ দলৰ দুগৰাকী নেতা অখিল গগৈ আৰু মেহেবুব মুক্তাৰে বিজেপি আৰু এ আই ইউ ডি এফক ক্ষুৰধাৰ